ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেওবাৰে দেশজুৰি 'জনতা কাৰ্ফিউ' পালন কৰা হয়।জনতা কাৰ্ফিউ চলি থকাৰ মাজতে আবেলি পাঁচ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত শুনিবলৈ পোৱা গ'ল হাত চাপৰি,ডবা-শংখ, বৰকাহ বজাই জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিসকলক অভিবাদন জনোৱা।
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পাঁচ বজাৰ লগে লগে হাত চাপৰি বজাই অভিবাদন জনাই চিকিৎসা-কর্মী,পুলিচ, সাংবাদিকসকলক।
- Log in to post comments
- 11 views