জনতা ভৱনত নিষিদ্ধ কৰা হৈছে দৰ্শনাৰ্থীৰ প্ৰৱেশ।ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত এই চৰকাৰী নিৰ্দেশনা।৩১ মাৰ্চলৈকে বলৱৎ থাকিব এই নিৰ্দেশনা।পূৰ্বে দৈনিক ১০০ জন লোকৰ প্ৰৱেশৰ অনুমতি আছিল।
- Log in to post comments
- 16 views