ডিব্ৰুগড়ত 'জনতাৰ অগ্নিকণ্ঠ':'কা' বাতিল নোহোৱালৈকে আন্দোলন চলি থাকিব-লুৰিনজ্যোতি গগৈ

Pic

ডিব্ৰুগড়ত শনিবাৰে 'আছু'য়ে অনুষ্ঠিত কৰিলে 'কা' বিৰোধী 'জনতাৰ অগ্নিকণ্ঠ' অনুষ্ঠান।কেইবাসহস্ৰাধিক লোকৰ অংশগ্ৰহণ।অনুষ্ঠানত অংশগ্ৰহণ কৰি ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই বিদ্যাৰ্থীৰ পৰীক্ষাসমূহৰ পিছতে জোৰদাৰভাৱে চলিব 'কা' বিৰোধী আন্দোলন।লুৰিনজ্যোতি গগৈয়ে কয় যে 'কা' বাতিল নোহোৱালৈকে আন্দোলন চলি থাকিব।কোনো দমন-নিৰ্যাতনে স্তব্ধ কৰিব নোৱাৰে আন্দোলন।

Your Comments