সদৌ অসম মটক সন্মিলনীৰ সাধাৰণ সম্পাদক কাজল গোহাঁইয়ে যোগদান কৰিলে বিজেপিত।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগ দিলে কাজল গোহাঁইয়ে।উল্লেখযোগ্য যে উজনি অসমত তথা চাবুৱাত 'কা' বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল গোহাঁইয়ে।
- Log in to post comments
- 25 views