সমন্বয়ৰ বাৰ্তা প্ৰেৰণৰে আজিৰে পৰা কমাৰগাঁৱত আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন

Pic

আজিৰে পৰা গোলাঘাট জিলাৰ কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰত কাজিৰঙা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন।নাম-প্ৰসংগৰ লগতে জিকিৰৰ ধ্বনিৰে মুখৰিত হৈছে অধিৱেশনথলী।এইদৰে,অধিৱেশনথলীৰ পৰা অসমৰ জন-জীৱনলৈ গৈছে সমন্বয়ৰ মূল্যৱান বাৰ্তা।চাৰিদিনীয়া অধিৱেশনত ৩০ লক্ষাধিক ভক্তৰ সমাগম হোৱাৰ আশা কৰা হৈছে।

Your Comments