'আপ'ৰ প্ৰতিশ্ৰুতি:দিল্লীৰ স্কুলীয়া বিদ্যাৰ্থীক পঢ়ুৱা হ'ব দেশভক্তিৰ পাঠ

Pic

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে আম আদমী পাৰ্টী(আপ)য়ে নিজৰ ঘোষণাপত্ৰ প্ৰকাশ কৰিছে।ঘোষণাপত্ৰত দলটোৱে প্ৰতিশ্ৰুতি দিছে যে যদি দলতো পুনৰ ক্ষমতালৈ আহে,তেন্তে দিল্লীৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত দেশভক্তিৰ পাঠ অন্তৰ্ভুক্ত কৰা হ'ব।

Your Comments