গুৱাহাটীৰ চচলত আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ অনশন কাৰ্যসূচী ৰূপায়ণ

Pic

মহানগৰীত আমৰি কাৰ্বি ছয় জাতীয় সংগঠনে ৰূপায়ণ কৰিছে অনশন কাৰ্যসূচী।শুকুৰবাৰৰ পুৱাৰে পৰা গুৱাহাটীৰ চচলত সংগঠনকেইটাই ৰূপায়ণ কৰিছে অনশন কাৰ্যসূচী।তেওঁলোকৰ দাবীসমূহ হৈছে-ভাৰতীয় সংবিধানৰ ৩৪২ অনুচ্ছেদ অনুসৰি আমৰি কাৰ্বিসকলক পাৰ্বত্য জনজাতীয় মৰ্যাদা প্ৰদান কৰা,'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিল কৰা,ডিমৰীয়াৰ পৰা তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন শীঘ্ৰে বাতিল কৰা।কাৰ্বি আংলং জিলাৰ বাহিৰত থকা আমৰি কাৰ্বিসকলক জনজাতীয় মৰ্যাদা প্ৰদান কৰা।

Your Comments