'৪৫ দিনৰ ভিতৰতে আধাৰশিলা স্থাপন কৰা হব গুৱাহাটী-উত্তৰ গুৱাহাটী লুইতৰ ওপৰৰ দলঙৰ।'কামৰূপ জিলা সদৰ আমিনগাঁৱত মঙলবাৰে অত্যাধুনিক পৰিদৰ্শন বাংলো মুকলি কৰি ঘোষণা বিত্তমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
- Log in to post comments
- 31 views