বড়ো শান্তি চুক্তি উদযাপন কৰিবলৈ ৭ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী-গৃহমন্ত্ৰী শ্বাহ

Pic

'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বলপূৰ্বকভাৱে অসমত জাপি দিয়াৰ পিছত প্ৰথমবাৰলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ।অহা ৭ ফেব্ৰুৱাৰীত আজি স্বাক্ষৰিত বড়ো শান্তি চুক্তি উদযাপন কৰিবলৈ বড়োভূমিত উপস্থিত হ'বহি দুয়োগৰাকী মোডী আৰু শ্বাহ।ভাৰত চৰকাৰ,অসম চৰকাৰ,এনডিএফবিৰ চাৰিটা গোট,এবছুৰ মাজত বড়ো শান্তি চুক্তি  স্বাক্ষৰিত হৈছেে।অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত হৈছে বড়ো শান্তি চুক্তি।

Your Comments