'ইউটিচি' গঠনৰ বিৰোধিতাৰে আক্রাছু আৰু এবিএমছুয়ে আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ বঙাইগাঁও জিলাত সৰ্বাত্মক পৰিলক্ষিত হৈছে।ওদালগুৰি জিলাৰ গোৰেশ্বৰ,কলাইগাঁও,টংলাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক।ইফালে,কোকৰাঝাৰ জিলাত বন্ধৰ প্ৰভাৱ পৰা নাই।সোমবাৰে স্বাক্ষৰিত হ'ব লগীয়া বড়ো চুক্তিক লৈ কোকৰাঝাৰ জিলাত একাংশ লোকে ফটকা ফুটাই আনন্দ-উল্লাস কৰে।
- Log in to post comments
- 14 views