সোণাৰিত 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ দাবীত গণ সমাৱেশ 

Pic

সোণাৰিৰ পৰা ঘন বৰা:

নাগৰিকত্ব (সংশোধনী) আইন-২০১৯'(কা)বাতিলৰ দাবীত চৰাইদেউ জিলাৰ সোণাৰিৰ লুখুৰাখন ৰাজহুৱা খেলপথাৰত দেওবাৰে এটা গণ সমাৱেশ অনুষ্ঠিত কৰা হয়।

Pic

সদৌ লুখুৰাখনবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত নাগৰিকত্ব (সংশোধনী)আইন-২০১৯ বাতিলৰ দাবীত অনুষ্ঠিত গণ সমাৱেশত লীলা গগৈ, মণিদীপ মহন,বাণী চাংমাই,কল্যাণ গগৈ, ধৰ্মজ্যোতি বৰুৱা,ৰাজীৱ ৰাজ ফুকন আদি বিভিন্ন দল -সংগঠনৰ বিশিষ্ট ব্যক্তিসকলে বক্তব্য আগবঢ়ায়।

Your Comments