তেল ভৰালেও গাড়ীত নাথাকে তেল

petrol_newgaon

নগাঁৱৰ শৃঙ্গৰাপত্তিৰ পেট্ৰল পামত উত্তপ্ত পৰিস্থিতি ৷ গ্ৰাহকক তেল কমাই দিয়াৰ গুৰুতৰ অভিযোগ তেল ডিপুৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ ৫০০ টকা তেল ভৰালেও গাড়ী টেংকীত নাথাকে তেল ৷ দীৰ্ঘ দিনৰ পৰা গ্ৰাহকক ৰাম ঠগন দি আহিছিল তেল ডিপোটোৱে ৷ হাতে লুটে ধৰা পৰাত এই পৰিস্থিতিৰ সৃষ্টি হয় ৷

nagaon_petrol

পেট্ৰল পাম্পত কামপুৰ ৰাজহ চক্ৰ বিষয়া ৰশ্মি বৰুৱা গগৈ লগতে নগাঁৱৰ আৰক্ষী উপস্থিত হৈ দুদিনৰ কাৰণে পেট্ৰল পাম্প বন্ধ কৰি থবলৈ নিৰ্দেশ দিয়ে।
 

Your Comments