আজি কুইপ’ৰ দুই বিষয়াক আলফা স্বাধীনে মুক্তি দিয়াৰ সম্ভাৱনা!

ulfa and two kuipo officer

৩মাৰ্চ বুধবাৰে অৰুণাচলৰ পৰা অপহৰণ কৰা কুইপ’ৰ দুই বিষয়াক মুক্তি দিয়াৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷ দিল্লীত কুইপ’ আৰু আলফা স্বাধীনৰ আলোচনা সফল সমাপ্তিৰ পিছত এই খবৰ জানিবলৈ পোৱা গৈছে ৷

Kidnapped

৫ মাৰ্চত দুইজন বিষয়া নিজ ঘৰ পাবহি বুলি খবৰ পোৱা গৈছে ৷ উল্লেখ যোগ্য যে, পৰেশ বৰুৱাই দিয়া প্ৰায় সকলোবোৰ স্বৰ্ত মানি লৈছে কুইপ’ কৰ্তৃপক্ষই ৷
 

Your Comments