মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিলে শচীন তেণ্ডুলকাৰ,আমিৰ খান,শ্বাহৰূখ খান,মাধুৰী দীক্ষিতে

Sachin

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত মুম্বাইত ভোটাধিকাৰ সাব্যস্ত কৰে বলীউডৰ বহুকেইগৰাকী তাৰকাই।

Aamir

নাছিৰুদ্দিন শ্বাহ, আমিৰ খান, শ্বাহৰূখ খান,প্ৰীতি জিন্তা,মাধুৰী দীক্ষিত,ডিন' মৰিয়া আদি তাৰকাই ভোট দিয়ে।

Sahrukh

মাধুৰী দীক্ষিতে সাংবাদিকৰে বাৰ্তালাপত নাগৰিকসকলক উৎসাহেৰে ভোট দিবলৈ আহ্বান জনায়।আনহাতে, সপত্নীক ভোট দিয়ে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰেও।

Madhuri

Your Comments