ওদালগুৰিত উলহ মালহেৰে  উদযাপন হেঁপাহৰ কাতি বিহু

udalguri

ওদালগুৰিৰ পৰা হেমন্ত শৰ্মাৰ প্রতিবেদন :

ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্ততো হেঁপাহেৰে পালন কৰা হয় অসমীয়াৰ বাপোটি সাহোন কাতি বিহু।সমগ্ৰ  অসমবাসীৰ লগতে  ওদালগুৰি সদৰৰ ৫ কিমি নিলগৰ আংৰাগাওঁৰ ৰাইজে শুকুৰবাৰে দক্ষিণ পথাৰত কাতি বিহুৰ পৰম্পৰা অনুসৰিয়েই পালন কৰে এই উৎসৱ।

Your Comments