অশ্লীলতা বিয়পাইছে:'বিগ বছ-১৩'ৰ প্ৰচাৰ বন্ধ কৰাৰ দাবীত ছলমান খানৰ ঘৰৰ সন্মুখত প্ৰতিবাদ

Salman

Boss

কালাৰ্ছ টিভি যোগে প্ৰচাৰিত ৰিয়েলিটী শ্ব' 'বিগ বছ-১৩'-এ অশ্লীলতা বিয়পোৱা বুলি উল্লেখ কৰি সচেতন নাগৰিক,ৰাজনৈতিক নেতা,দল-সংগঠনে প্ৰতিবাদ কৰিবলৈ ধৰিছে।কৰ্ণি সেনা নামৰ সংগঠনটোৰ একাংশ সদস্যই আনকি শুকুৰবাৰে শ্ব'টোৰ আঁত ধৰোঁতা অভিনেতা ছলমান খানৰ মুম্বাইৰ ঘৰৰ সন্মুখতো প্ৰতিবাদ কৰে।ইয়াৰ বাবে এতিয়া মুম্বাই পুলিচে ছলমান খানৰ বাসভৱনৰ সন্মুখত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে।

Your Comments