মহাৱলীপুৰমৰ বৈঠকত ভাৰতৰ কূটনৈতিক বিজয়:জি জিনপিঙে উত্থাপন নকৰিলে কাশ্মীৰ বিষয়

মোডী

মহাৱলীপুৰমত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে অনানুষ্ঠানিক বৈঠকত ভাৰতে কূটনৈতিক বিজয় সাব্যস্ত কৰিছে।এই বৈঠকত জি জিনপিঙে কাশ্মীৰ বিষয়টো সমূলি উত্থাপন নকৰিলে।উল্লেখ্য যে চীনে কাশ্মীৰ বিষয়ত পাকিস্তানৰ পক্ষ লৈ আহিছে।আনহাতে,সন্ত্ৰাসবাদৰে মোকাবিলা কৰাৰ সন্দৰ্ভত দুয়োজন ৰাষ্ট্ৰনেতাই দীঘলীয়া সময় ধৰি আলোচনা কৰে।

Your Comments