দুখৰ খবৰ:বন্ধ হৈ পৰাটো প্রায় নিশ্চিত হৈ পৰিছে বিএছএনএল আৰু এমটিএনএল

Bsnl

এটা দু:খবৰ।বন্ধ হৈ পৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে হাজাৰ-হাজাৰ লোকক কৰ্মসংস্থাপন প্ৰদান কৰা চৰকাৰী টেলিকম প্ৰতিষ্ঠান বিএছএনএল আৰু এমটিএনএল।চৰম আৰ্থিক সংকটত ককবকাই থকা বিএছএনএল আৰু এমটিএনএলক সেৱা বন্ধ কৰিবলৈ পৰামৰ্শ দিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে।চৰকাৰী প্ৰতিষ্ঠান দুটাক ৰক্ষা কৰিবলৈ ৭৪,০০০ কোটি টকাৰ বেইল আউট পেকেজ দিবলৈ অমান্তি হৈছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে।ইফালে, প্ৰতিষ্ঠান দুটাৰ কৰ্মচাৰীসকলে আগষ্ট মাহৰ পৰা লাভ কৰা নাই দৰমহা।

Your Comments