উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পূৰ্বেই মুম্বাইৰ আৰে ক'লনিত কাটিলে ২০০০ গছ:মৰ্মাহত প্ৰকৃতিপ্ৰেমী

Aare

মেট্ৰ' ট্ৰেইনৰ ডিপো নিৰ্মাণৰ স্থান উলিওৱাৰ বাবে মুম্বাইৰ আৰে ক'লনিত ২৬০০ গছ কটাত সোমবাৰে উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰে।প্ৰতিবাদী প্ৰকৃতিপ্ৰেমী সংগঠনৰ আবেদনত এই নিষেধাজ্ঞা আৰোপ কৰা হয়।কিন্তু, এই নিষেধাজ্ঞাৰ পূৰ্বেই মেট্ৰ' ৰেল কৰ্প'ৰেচনে ২০০০ গছ কাটে।যাৰ বাবে এতিয়া মুম্বাইৰ লগতে সমগ্র দেশৰ প্ৰকৃতিপ্ৰেমী নাগৰিক সমাজ যথেষ্ট মৰ্মাহত হৈছে।

Your Comments