দুৰ্গা পূজাৰ বতৰৰ সুখবৰ:হ্ৰাস হ'ব গৃহ ঋণৰ ইএমআই

Rbi

বেংকৰ পৰা গৃহ ঋণ লঁওতাসকলৰ বাবে দুৰ্গা পূজাৰ বতৰতে আহিছে ভাল খবৰ।শীঘ্ৰে হ্ৰাস হ'ব পাৰে ইএমআই।ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই পঞ্চম বাৰৰ বাবে সুতৰ হাৰ হ্ৰাস কৰিছে।আৰবিআইয়ে ৰেপ' ৰেট আৰু ৰিৰ্ভাছ ৰেপ'ৰেট হ্ৰাস কৰিছে।ৰেপ' ৰেটৰ আধাৰত আৰ বি আইয়ে বাণিজ্যিক বেংকসমূহক ঋণ দিয়ে।আৰবিআইয়ে ৰেপ' ৰেট ৫.৪০ ৰ পৰা ৫.১৫ শতাংশলৈ হ্ৰাস কৰিছে।আৰবিআইৰ এনে পদক্ষেপ ৰ বাবেই হ্ৰাস হ'ব পাৰে হ্ৰাস হ'ব পাৰে গৃহ ঋণৰ ইএমআই।

Your Comments