সোণৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
অহা ২১ অক্টোবৰত অনুষ্ঠিত হব লগা উপ নিৰ্বাচনৰ বাবে সোণাৰি নগৰস্থিত বিজেপি ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য অনুপ সিং ৰাজপুৰোহিতৰ বাসগৃহত বুধবাৰে এখন প্ৰচাৰ সভা অনুষ্ঠিত হয়।উক্ত সভাতে নৱনীতা সন্দিকৈক বিপুল ভোটত জয়ী কৰোৱাৰ সংকল্পৰ কথা ঘোষণা কৰে প্ৰাৰ্থীত্বৰপৰা বঞ্চিত অনুপ সিং ৰাজপুৰোহিতে।সভাত বিজেপি দলৰ যথেষ্ট সংখ্যক ব্যক্তিৰ লগতে চাহ মৰ্চাৰ সদস্য সকলেও অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 5 views