সোমবাৰে ওড়িশাৰ সমুদ্ৰতীৰত ভাৰতীয় সেনাৰ ছুপাৰছনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ "ব্ৰহ্ম'জ"ৰ এটা 'এটেক সংস্কৰণ'ৰ সফল পৰীক্ষা কৰা হয়।ডিআৰডিঅ'ই ৰাছিয়াৰ ৰকেট ডিজাইন ব্যুৰোৰ সৈতে একত্ৰিত হৈ নিৰ্মাণ কৰি উলিওৱা এই ক্ষেপণাস্ত্ৰবিধক ভূমিৰ লগতে সমুদ্ৰত থকা প্লেটফৰ্মৰ পৰাও নিক্ষেপ কৰিব পৰা যাব।ক্ষেপণাস্ত্ৰবিধক ২৯০ কি:মি: দূৰত্বলৈ
নিক্ষেপ কৰিব পৰা যাব।
- Log in to post comments
- 15 views