দৈনন্দিন জীৱন-যাত্ৰাত প্লাষ্টিকৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান ছলমান খান

salman

নিউজ ডেস্ক:

প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে দৃঢ়মত পোষণ কৰিছে ছুপাৰষ্টাৰ ছলমান খানে।দৈনন্দিন জীৱন-যাত্ৰাত প্লাষ্টিকৰ ব্যৱহাৰ নকৰিবলৈ ছলমানে জনতাৰ প্ৰতি আহ্বান জনাইছে।আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ফিল্ম একেডেমী বঁটাৰ সংবাদমেলত ছলমানে এনে আহ্বান জনোৱাৰ লগতে বৃক্ষ ৰক্ষা কৰিবলৈ আৰু জল সংৰক্ষণ কৰিবলৈ আহ্বান জনায়।তেওঁ স্বচ্ছ ভাৰত অভিযান, ফিট ইণ্ডিয়া মুভমেন্টৰ প্ৰতিও সমৰ্থন ব্যক্ত কৰে।

Your Comments