মৃত্যুৰ চাৰি ঘন্টা পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ কি লিখি গ'ল সুষমা স্বৰাজে, জানিবলৈ ক্লিক কৰক ....

twit

নিউজ ডেস্ক :

মৃত্যুৰ চাৰি ঘন্টা পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্যি ধন্যবাদ সূচকভাবে সুষমা স্বৰাজে  টুইট কৰি এনেদৰে কৈছিল....

" প্ৰধান মন্ত্ৰী ডাঙৰীয়া আপোনালৈ আন্তৰিক অভিনন্দন।মই মোৰ জীৱনত এনেকুৱা দিন এটা চাবলৈয়ে প্ৰতীক্ষা কৰি আছিলোঁ"।

Your Comments