প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা শীৰ্ষ বিজেপি নেত্ৰী সুষমা স্বৰাজৰ দেহাবসান

susma

নিউজ ডেস্ক :

প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ আজি কিছু সময় পূৰ্বে দেহাৱসান ঘটে। নতুন দিল্লীৰ এইমছত দেহাবসান ঘটে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলতেই সুষমা স্বৰাজৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। বিজেপিৰ অন্যতম শক্তিশালী নেতা তথা প্ৰাক্তন মন্ত্ৰী স্বৰাজ  দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। উল্লেখ্য যে মৃত্যুৰ সময়ত নেত্ৰী গৰাকীৰ বয়স আছিল ৬৭ বছৰ।

Your Comments