ওদালগুৰিৰ প্ৰতিবেদক :
ওদালগুৰিৰ পানেৰী আৰক্ষী চকীৰ অন্তৰ্গত কুলশী নৈৰ পাৰত সোমবাৰে এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ।উদ্ধাৰ হোৱা মৃতদেহটিৰ এতিয়ালৈ চিনাক্ত কৰিব পৰা হোৱা নাই ।
বৰ্তমান মৃতদেহটি পানেৰী আৰক্ষীৰ জিন্মাত ৰাখি থোৱা হৈছে।
- Log in to post comments
- 5 views