নলবাৰীৰ পৰা হেমন্ত কলিতা
নলবাৰীৰ মাৰোৱাৰী যুৱ মঞ্চই আজি নলবাৰী জিলাৰ শোলমাৰাত বান্যাৰ্তৰ মাজত কিছু সাহায্য সামগ্ৰী বিতৰণ কৰে। শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা মাৰোৱাৰী যুৱ মঞ্চৰ সভানেত্ৰী নিকি জালানৰ নেতৃত্বত ভালেকেইজন মাৰোৱাৰী যুব মঞ্চৰ সদস্য উপস্হিত থাকে ।
- Log in to post comments
- 6 views