গহপুৰৰ প্ৰতিবেদক :
গহপুৰ সমষ্টিৰ সকলো অঞ্চলৰ এতিয়া পানীৰ তলত। যোৱা কেইবাদিনো ধৰি চলি থকা নেৰা নেপেৰা বৰষুণৰ ফলত পানীৰ তলত বুৰ গৈ আছে সমগ্ৰ গহপুৰ।বান নিয়ন্ত্ৰণ তথা মথাউৰি নিৰ্মাণৰ নামত কোটি কোটি বছৰি খৰছ কৰি আহিছে যদিও একাংশ আমোলা-বিষয়া, ঠিকাদাৰৰ দুৰ্নীতিৰ ফলত প্ৰতিবছৰে সাধাৰণ ৰাইজে এনেদৰে পানীৰ তলত ডুবি থাকিবলগীয়া হোৱাৰ অভিযোগ এতিয়া গহপুৰৰ সৰ্বত্ৰে উঠিছে।
- Log in to post comments
- 37 views