ভৱানীপুৰৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
আজি বৰপেটা জিলাৰ বজালী মহকুমাৰ সৰুপেটাত ৰেলৰ চেপাত এজন লোকৰ মৃত্যু হয়।লোকজন বাইহাটা চাৰিআলিৰ বুলি জানিব পৰা গৈছে।লোকজনৰ পৰিচয়টো এতিয়ালৈকে জানিব পৰা হোৱা নাই।লোকজনে কোনো সম্পৰ্কীয় লোকৰ বিয়া খাবলৈ আহোতে সৰুপেটা ৰেলৱে ষ্টেচনত সংঘটিত হয় এই ঘটনা।
- Log in to post comments
- 16 views