পঞ্জাব নেচনেল বেংকৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰি বিদেশলৈ পলায়ন কৰা হীৰা ব্যৱসায়ী মেহুল ছ'স্কিক ভাৰতলৈ অনা পথ শীঘ্ৰে প্ৰশস্ত হ'ব।
বৰ্তমান এন্টিগুৱাত থকা ছ'স্কিৰ এন্টিগুৱাৰ নাগৰিকত্ব শীঘ্ৰে বাতিল কৰা হ'ব বুলি দেশখনৰ প্ৰধানমন্ত্ৰী গ্ৰেষ্টন ব্ৰাউনে ঘোষণা কৰিছে।ভাৰতে এন্টিগুৱাৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰাৰ বাবে দেশখনে ছ'স্কিৰ নাগৰিকত্ব বাতিল কৰিব বুলি জনা গৈছে।
- Log in to post comments
- 10 views