মমতা বেনাৰ্জীৰে বৈঠকৰ পিছত পশ্চিমবংগত চিকিৎসকৰ ধৰ্মঘট সমাপ্ত

mamta

নিউজ ডেস্ক:

সোমবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ধৰ্মঘটকাৰী কনিষ্ঠ চিকিৎসকসকলৰ বৈঠকৰ পিছত ধৰ্মঘট উঠাই ল'লে চিকিৎসকসকলে।বৈঠকত মমতা বেনাৰ্জীয়ে চিকিৎসালয়সমূহৰ সুৰক্ষা বৃদ্ধি কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে।৩১ গৰাকী কনিষ্ঠ চিকিৎসকে মমতা বেনাৰ্জীৰ লগত বৈঠকত বহিছিল।

Your Comments