আজিৰে পৰা ১৮ জুনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত হ'ব  ধাৰাসাৰ বৰষুণ: বতৰ বিজ্ঞান কেন্দ্ৰ

baraxun

নিউজ ডেস্ক :
বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি উৎকট গৰমৰ পাছত ৰাজ্যবাসীক সকাহ দি আজিৰে পৰা আহিব বৰষুণ।আগন্তক ২৪ঘণ্টাত গুৱাহাটীৰ আকাশ ডাৱৰীয়া হোৱাৰ লগতে কিছু কিছু ঠাইত হ'ব  বৰষুণ।আনহাতে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত আজিৰ পৰা ১৮ জুনলৈকে হ'ব ধাৰাসাৰ বৰষুণ হৈ থাকিব বুলিও প্ৰকাশ কৰে বতৰ বিজ্ঞান কেন্দ্ৰটোৱে। উল্লেখ্য যে বৃহস্পতিবাৰে মহানগৰীত সৰ্বকালৰ অভিলেখ ভংগ কৰি তাপ মাত্ৰা আছিল ৩৯ডিগ্ৰী চেলচিয়াছ।

Your Comments