নিউজ ডেস্ক:
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে যে যোৱা শনিবাৰৰ হিংসাত দুজন ব্যক্তিৰহে মৃত্যু ঘটিছে।বিজেপিৰ ৫ জন ব্যক্তিৰ মৃত্যু হোৱাৰ দাবী ভুৱা।
মমতা বেনাৰ্জীয়ে লগতে উল্লেখ কৰে যে বিজেপিয়ে হিংসা সৃষ্টি কৰি আৰু ভুৱা খবৰ বিয়পাই তৃণমূলৰ চৰকাৰৰ পতন ঘটোৱাৰ প্ৰয়াস কৰিছে।
- Log in to post comments
- 3 views