অসমত বিজেপি-০৯,কংগ্ৰেছ-০৩,এ আই ইউ ডি এফ- ০১ আৰু অন্যান্যৰ-০১আসন লাভ

neda

নিউজ ডেস্ক :

আজি ঘোষণা কৰা লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনত জয় লাভ কৰা প্ৰাৰ্থীসকল হৈছে--

লখিমপুৰ- প্ৰদান বৰুৱা, বিজেপি

তেজপুৰ- পল্লৱ লোচন দাস, বিজেপি

যোৰহাট- তপন কুমাৰ গগৈ, বিজেপি

কৰিমগঞ্জ- কৃপানাথ মাল্লা, বিজেপি

শিলচৰ-   ৰাজদ্বীপ ৰয়, বিজেপি

গুৱাহাটী-  কুইন ওজা, বিজেপি

ডিব্ৰুগড়- ৰামেশ্বৰ তেলী, বিজেপি

মঙলদৈ- দিলীপ কুমাৰ শইকীয়া, বিজেপি

ডিফু-  হৰেন সিং বে, বিজেপি

নগাঁও-  প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছ

কলিয়াবৰ- গৌৰৱ গগৈ, কংগ্ৰেছ

বৰপেটা-আব্দুল খালেক, কংগ্ৰেছ

ধুবুৰী-  বদৰুদ্দিন আজমল,এ আই ইউ ডি এফ

কোকৰাঝাৰ- নৱ কুমাৰ শৰণীয়া, নিৰ্দলীয়

বিজেপি-০৯      কংগ্ৰেছ-০৩
এ আই ইউ ডি এফ- ০১     অন্যান্য- ০১

Your Comments