সুশান্ত বৰগোঁহাইক পৰাস্ত কৰি বিজয় সাব্যস্ত মন্ত্ৰী তপন কুমাৰ গগৈৰ

tapan gogoi

নিউজ ডেস্ক : 

অন্ত পৰিল যোৰহাট লোকসভাৰ সমষ্টিৰ  ভোটগণনা প্ৰক্ৰিয়া।গুৰুত্বপূৰ্ণ সমষ্টিটোৰ পৰা এইবাৰ সংসদলৈ নিৰ্বাচিত হৈছে বিজেপিৰ প্ৰাৰ্থী তথা অসম চৰকাৰৰ মন্ত্ৰী তপন কুমাৰ গগৈ।গগৈয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী সুশান্ত বৰগোঁহাইক প্ৰায় ৯২,৬২৫টা ভোটাৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে।উল্লেখ্য যে ভোটগণনাৰ আৰম্ভণিৰে পৰা সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থী গৰাকীৰ মাজতেই চলিছিল তুমুল প্ৰতিদ্বন্দিতা।

Your Comments