কোকৰাঝাৰত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ জয়লাভ

naba saraniya

নিউজ ডেস্ক:

কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই জয়লাভ কৰিছে।তেওঁ নিকটতম প্ৰতিদ্বন্দী প্ৰাৰ্থীক ৪৫,০০০ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

Your Comments