মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চলিছে গুৱাহাটীৰ ৪টা বিধান সভা সমষ্টিৰ ভোটগণনা

maniram dewan

নিউজ ডেস্ক :

অপেক্ষাৰ অন্ত পেলাই পুৱা ৮ বাজি ১০ মিনিটৰ পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া। গুৱাহাটী লোকসভাৰ সমষ্টিৰ পৰা মুঠ ১৭ গৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। 
মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চাৰিটা বিধানসভা সমষ্টি পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী , দিছপুৰ আৰু জালুকবাৰী সমষ্টিৰ ভোট গণনা কৰি আছে। ইয়াত পুৱাতে বিজেপিৰ প্ৰাৰ্থী কুইন ওজা আহি উপস্থিত হয় ।

Your Comments