দেশত পুনৰবাৰ মোদী চৰকাৰ হ'ব : আশাবাদী বিজেপি প্ৰাৰ্থী কুইন ওজা

queen oja

নিউজ ডেস্ক :

দেশত পুনৰবাৰ মোডী চৰকাৰ হ'ব।অসমৰো ফলাফল ভাল হ'ব।এই মন্তব্য গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থী কুইন ওজা।লগতে কয় বিজেপি গুৱাহাটীৰ সমষ্টিৰ আসনখন বিজেপি দখললৈ আহিব বুলি মোৰ বিশ্বাস।পুৱাই শিৱ মন্দিৰত সেৱা আগবঢ়াই প্ৰাৰ্থী গৰাকীৰ উপস্থিত হয় মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত।

Your Comments