বৰপেটা সত্ৰত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস

dipak das

#ভোটগণনা কেন্দ্ৰলৈ যোৱাৰ পূৰ্বেই বৰপেটা সত্ৰত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস।
#সত্ৰত প্ৰৱেশ কৰিয়েই বৰপেটা প্ৰাৰ্থী গৰাকীয়ে সেৱা গ্ৰহণ কৰে সত্ৰাধিকাৰ বশিষ্ট দেৱ শৰ্মা আৰু নৱজিৎ দাসৰ।
#তাৰ পাছতে প্ৰাৰ্থী গৰাকী ৰাওনা  হয় লোকসভা সমষ্টিটোৰ ভোটগননা কেন্দ্ৰ সমূহলৈ।

Your Comments