![hajo](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-20%20at%208.11.42%20PM.jpeg?itok=J7cL9r7t)
হাজোৰ পৰা কমলাকান্ত দাস
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ গাওঁবুঢ়া পাম চৰৰ নদীত আজি এটা বিৰল প্ৰজাতিৰ গৌৰা মাছ উদ্ধাৰ কৰে।হাজোৰ গাওঁবুঢ়া পামৰ দুজন মাছ মৰীয়াই দুপৰীয়া নদীত বৰশী বাই থাকোতে বৰশীত মাছটো লাগি ধৰে। পাছত মাছমৰীয়া দুজনে গৌৰা মাছটো পাৰলৈ তুলি আনে।
বিৰল প্ৰজাতিৰ গৌৰা মাছটো চাবলৈ ৰাইজে ভিৰ কৰে।পাছত গৌৰা মাছটো নদীত এৰি দিয়ে।
- Log in to post comments
- 84 views