হাইলাকান্দিত সন্তানক হত্যা কৰি পিতৃৰ আত্মহনন

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী

 

হাইলাকান্দিৰ  আয়নাখাল- নিচিন্তপুৰত সংঘটিত হ'ল মৰ্মান্তিক ঘটনা।নিজৰ দুই শিশু সন্তানৰ ডিঙি কাটি হত্যা কৰি  আত্মহনন কৰিলে পাষাণ পিতৃ আলম উদ্দিনে।দেওবাৰে দিনৰ ভাগত মৃতদেহকেইটা প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে স্থানীয় গাঁওবাসীয়ে।আৰক্ষী আহি মৃতদেহকেইটা উদ্ধাৰ কৰি  মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Your Comments