![golaghat](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-15%20at%209.43.35%20AM%20%281%29.jpeg?itok=iyLs8WTr)
গোলাঘাট ১৫ মে' :
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গোলাঘাট জিলাৰ দুজনকৈ ছাত্ৰ ছাত্ৰীৰ স্থান লাভে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
গোলাঘাটৰ অন্যতম আগশাৰীৰ বিদ্যালয় "গোলাঘাট জাতীয় বিদ্যালয়"ৰ উপাসা মুদৈয়ে ৰাজ্যখনৰ ভিতৰত পঞ্চম স্থান পোৱাৰ লগতে একেখন বিদ্যালয়ৰ অচ্যুত কুমাৰ চেতিয়াই দশম স্থান লাভ কৰি বিদ্যালয় খনৰ লগতে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
- Log in to post comments
- 4 views