চাংসাৰিত আজি প্ৰধান মন্ত্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য

চাংসাৰিত আজি প্ৰধান মন্ত্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য

# বিধেয়কক লৈ কংগ্ৰেছে বিয়পাইছে উৰা বাতৰি৷

# ৰাজনীতিৰ বাবে মই অসমক ধ্বংস হ'ব নিদিওঁ৷

# ভোট বেংকৰ ৰাজনীতি কৰাসকলে অসমক ধ্বংস কৰিছে৷

# দেশ বাচিব লাগে, আমাৰ অসম ৰক্ষা পৰিব লাগে৷

# নাগৰিকত্ব বিধেয়ক অকল অসমৰ লগত জড়িত নহয়৷

# ভাৰত দখল কৰিবলৈ অহা আৰু প্ৰাণৰ মমতাত পলাই অহাৰ পাৰ্থক্য বুজিব লাগে৷

# পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ সংখ্যালঘু অত্যাচাৰৰ বলি৷

# এই বিধেয়কৰ দ্বাৰা অসমৰ ক্ষতি হ'ব দিব নোৱাৰো৷

# ৩৬ বছৰে অসম চুক্তি ৰূপায়ণ নহ'ল কিয়?

# ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম অব্যাহত আছে৷

Your Comments