চাংসাৰিত উপস্থিত প্ৰধান মন্ত্ৰী : মঞ্চৰ পৰাই আধাৰশিলা স্থাপন কেইবাটাও প্ৰকল্পৰ

চাংসাৰিত উপস্থিত প্ৰধান মন্ত্ৰী : মঞ্চৰ পৰাই আধাৰশিলা স্থাপন কেইবাটাও প্ৰকল্পৰ

চাংসাৰিৰ এইম্‌ছৰ ভূমি পূজনস্থলীত উপস্থিত প্ৰধান মন্ত্ৰী মোডী৷ অৰুণাচলৰ পৰা পোনপটীয়াকৈ চাংসাৰিত উপস্থিত হোৱা প্ৰধান মন্ত্ৰী মোডীক গায়ন-বায়নেৰে স্বাগতম জনোৱা হয়৷ মঞ্চৰ পৰা প্ৰধান মন্ত্ৰীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ সভাৰ আৰম্ভণিতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰে৷

Your Comments