চাংসাৰিতো ক'লাতংক : নিষিদ্ধ ক'লা বস্ত্ৰ

চাংসাৰিতো ক'লাতংক : নিষিদ্ধ ক'লা বস্ত্ৰ

চাংসাৰিৰ জনসভাস্থলীতো ৰাজ্য চৰকাৰৰ ক'লা কাপোৰৰ আতংক৷ জনসভালৈ ক'লা বস্ত্ৰ পৰিধান কৰি অহাটো বাৰণ কৰিছে আৰক্ষীয়ে৷ ক'লা ৰুমালো নিবলৈ দিয়া হোৱা নাই৷ ইফালে প্ৰধান মন্ৰীৰ জনসভা সফল কৰিবলৈ প্ৰশাসন যন্ত্ৰ সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰা হৈছে৷ এন এইচ এমৰ উচ্চপদস্থ বিষয়াৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ আশাকৰ্মীসকল সমবেত হৈছে সভাস্থলীত৷

Your Comments