উচ্চতম ন্যায়ালয়ে পশ্চিম বংগৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ গ্ৰেপ্তাৰত বাধা আৰোপ কৰিছে।চিবিআই-এ ৰাজীৱ কুমাৰক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব।অৱশ্যে ৰাজীৱ কুমাৰক চিবিআই-এ সোধ-পোচ কৰিব পাৰিব ।শ্বিলঙত কুমাৰক সোধ-পোচ কৰিব চিবিআই-এ।তদন্তকাৰী সংস্থাটোৰ সৈতে তদন্তত সহযোগিতা কৰিবলৈ কুমাৰক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে।আনহাতে,উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সংবিধান আৰু দেশৰ বিজয় আখ্যা দিছে মমতা বেনাৰ্জীয়ে
- Log in to post comments
- 105 views