নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চুঙাজানত গাঁওসভা

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চুঙাজানত গাঁওসভা

সৰুপথাৰ পৰা নবীন বৰা

ধনশিৰি মহকুমাত তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ৷ ধনশিৰি মহকুমাৰ চুঙাজানত বিধেয়কখনৰ ভয়াৱহতা সন্দৰ্ভত চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাই সচেতনা সৃষ্টিৰ উদ্দেশ্যে চুঙাজান ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰে গাঁওসভা৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চুঙাজানত গাঁওসভা

সভাত উপস্হিত থাকে চুঙাজান অঞ্চলৰ শতাধিক ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দ৷

Your Comments