গোলাঘাটত বিধ্বংসী অগ্নিত জাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি 

ো

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
দেওবাৰে নিশা গোলাঘাট চহৰৰ শান্তিপুৰ অঞ্চলৰ সমীপত শালিকীপট্টিত অবষ্ঠিত এটা কাঠৰ আচৱাব বনোৱা কাৰাখানাত লগা জুইৱে প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি ভস্মিভূত কৰে। পিছত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Your Comments