জনজাতিকৰণৰ দাবী, জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাত বেতিয়নীত জোঁৰ সমদল

ো

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
কালি নিশা গোলাঘাট জিলা তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বেতিয়নী আঞ্চলিক সমিতিৰ সহযোগত এটা জোঁৰ সমদল উলিওৱা হয়। তাই আহোম জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান আৰু 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬' বাতিলৰ দাবীৰে  জোঁৰ সমদলটো উলিওৱা হয়। শতাধিক ছাত্ৰকৰ্মীয়ে অংশগ্ৰহণ কৰা সমদলটোত বেতিয়নীবাসী ৰাইজেও সহযোগ কৰে।

Your Comments