নমৰা বনভোজস্থীলত অঘটন : ওলোমা দলৰ ৰছী ছিঙি আঘাতপ্ৰাপ্ত ২০জন

নমৰা বনভোজস্থীলত অঘটন : ওলোমা দলঙৰ ৰছী ছিঙি আঘাতপ্ৰাপ্ত ২০জন

সৰুপথাৰৰ পৰা নবীন বৰা

অসম-অৰুণাচল সীমান্তৰ বনভোজস্থলী ''নমৰা''ত অঘটন৷ ২৬ জানুৱাৰী উপলক্ষে বনভোজ খাৱলৈ গৈছিল বহুকেইটা বনভোজৰ দল৷ 
নমৰাৰ ওলোমা দলঙৰ ৰছী ছিঙি ভাগিল দলং৷ জানিব পৰামতে, বহু কেইগৰাকী লোক আঘাতপ্ৰাপ্ত হয় ঘটনাটোত৷ 
আহত ২০জন লোকক বিশ্বনাথ অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷

Your Comments